BANI MANDIR is a North East Book Publication and Book Distribution House was established on 29th January 1949, at Dibrugarh, Assam, under the leadership of its Founder Lt. Chandrakanta Hazarika with a set of story books for children. It published its first book PHEHUJAALI (meaning: Early Dawn/Pre-Dawn) in 1956.
About Us
উত্তৰ-পূব ভাৰতৰ অগ্রণী গ্রন্থ প্রকাশন-বিতৰণ আৰু বিক্রয় প্রতিষ্ঠান 'বাণী মন্দিৰ' প্রতিষ্ঠা হৈছিল ১৯৪৯ চনৰ ২৯ জানুৱাৰীত, ডিব্ৰুগড় চহৰত। প্ৰতিষ্ঠাপক প্রয়াত চন্দ্ৰকান্ত হাজৰিকা। শিশু আৰু চেমনীয়াহঁতৰ উপযোগী সাধু কথা, পাঠ্যপুথি আৰু প্ৰসঙ্গ পুথিৰে সজাই লোৱা সৰু অস্থায়ী গ্রন্থ বিপণীখনলৈ জ্ঞানান্বেষীলোকৰ উষ্ণ সঁহাৰিয়ে তেওঁক অধিক উদ্যমী কৰি তুলিলে। এখন সৰু দোকান ভাৰালৈ লৈ কনিষ্ঠ ভাতৃ জীৱেশ্বৰ হাজৰিকা, অনিল হাজৰিকা আৰু জ্যেষ্ঠ ভতিজা বাসুদেব (মাখন) হাজৰিকাক এই যাত্ৰাৰ সংগী কৰি 'বাণী মন্দিৰ'ৰ স্থায়ীৰূপ দিয়া হ'ল। সাদৰী পত্নী লাবণ্য হাজৰিকাৰ উৎসাহপূর্ণ সমর্থনত বাণী মন্দিৰৰ সৌষ্ঠৰ বাঢ়িল। ১৯৫৬ চনত 'ফেঁহুজালি' গ্রন্থ প্রকাশেৰে 'বাণী মন্দিৰে' প্রকাশন জগতত ভুমুকি মাৰে। অনন্য বিষয়বস্তুৰ গ্ৰন্থখনে পাঠকৰ বিপুল সমাদৰ লাভ কৰে। লাহে লাহে ডিব্রুগড় তথা উজনি অসমৰ বিদ্বৎ সমাজ আৰু ছাত্ৰ সমাজৰ আপোন হৈ পৰিল এই গ্রন্থ প্রতিষ্ঠান। শিশুৰ পৰা প্রৌঢ়লৈ, ছাত্ৰৰ পৰা গৱেষকলৈ সকলোৰে গ্ৰন্থ অন্বেষণৰ প্ৰাণকেন্দ্ৰ হৈ পৰিল 'বাণী মন্দিৰ'। পাঠ্যপুথি, প্রসঙ্গ পুথি, ধর্ম পুথি তথা সাধাৰণ অন্যান্য গ্রন্থৰ প্ৰতিষ্ঠান হিচাপে পৰিচিতি লাভ কৰিলে সমগ্ৰ অসমতে।
Bani Mandir at
Book Fair with Dr. Bhupen Hazarika
Chandrakanta Hazarika
Children's Book
Awards & Recognition

Our work is a testament for meaningful and succesful publication.

Over 3 Generations , we are committed to extend literature, education and journalism to define new heights.

The Federation of Indian Publishers
Outstanding Publishing
Padmashri recipient
Dr Surjya Kanta Hazarika
Contact

Please get in touch.

Bani Mandir is a pioneer business house in the North- Eastern region in the field of publication, distribution and selling of various books pertaining to the various subjects such as Science, Arts, Commerce, Engineering, Medical , Religion , Literature and others to Colleges, Technical Institutions and private buyers since its inception. The firm is also a distributor of National Council of Educational Research and Training (NCERT), National Book Trust(NBT), Children Book Trust of India(CBT) and Publication Division of India(PDI).

Contact Address
Chandrakanta Hazarika Path, New Market, Dibrugarh, Assam 786001
General Inquiries
info@banimandir.com
About Us
Bani Mandir's roots go back to Dibrugarh town in 1949 when it was founded by Chandra Kanta Hazarika an educationist of great repute
Back to Start
Top

SOCIAL MEDIA